ভাৰতীয় শাস্ত্ৰীয়নৃত্যৰ শিল্পী ড০ যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ড০ কৃষ্ণমূৰ্তিয়ে ভাৰতীয় ঐতিহ্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
“ড০ যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যুত ব্যথিত হৈছো। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁ লাভ কৰা উৎকৰ্ষ আৰু সমৰ্পণে বহু প্ৰজন্মক অনুপ্ৰাণিত কৰিছে আৰু আমাৰ সাংস্কৃতিক দৃশ্যপটত এক অম্লান ছাপ পেলাইছে। তেওঁ আমাৰ ঐতিহ্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।”
Pained by the passing away of Dr. Yamini Krishnamurthy. Her excellence and dedication to Indian classical dance have inspired generations and left an indelible mark on our cultural landscape. She has worked greatly to enrich our heritage. Condolences to her family and admirers.…
— Narendra Modi (@narendramodi) August 4, 2024
***
DS/RT/KB