Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেৱগৌড়াক সাক্ষাৎ কৰে


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেৱগৌড়াক সাক্ষাৎ কৰে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেৱগৌদা মহোদয়ক লোক কল্যাণ মাৰ্গত লগ পোৱাটো এক গৌৰৱৰ কথা আছিল। বিভিন্ন বিষয়ত তেওঁৰ প্ৰজ্ঞা আৰু দৃষ্টিভংগীৰ গভীৰ মূল্য আছে। তেওঁ মোক দিয়া শিল্পকৰ্মৰ বাবেও মই কৃতজ্ঞ, যিয়ে মোৰ মনটোক শেহতীয়া কন্যাকুমাৰী ভ্ৰমণলৈ ঘূৰাই লৈ গৈছে।”

***

DS/ST/MS