তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ভাট্টি বিক্ৰমাৰ্কা মাল্লুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয়;
“তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী@revanth_anumulaআৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভাট্টি বিক্ৰমাৰ্কা মাল্লুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক@narendramodiসাক্ষাৎ কৰে।”
Telangana CM, Shri @revanth_anumula and Deputy CM, Shri Bhatti Vikramarka Mallu, met PM @narendramodi today. pic.twitter.com/DjGfJO6Bda
— PMO India (@PMOIndia) July 4, 2024
********
DS/ST/KD
Telangana CM, Shri @revanth_anumula and Deputy CM, Shri Bhatti Vikramarka Mallu, met PM @narendramodi today. pic.twitter.com/DjGfJO6Bda
— PMO India (@PMOIndia) July 4, 2024