প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ ফোন কল লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত অষ্ট্ৰেলিয়া ভ্ৰমণ আৰু যোৱা ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী আলবানিজৰ সৈতে হোৱা বৈঠকৰ স্মৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে কাম কৰি ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাগ-বতৰা কৰা অগ্ৰাধিকাৰৰ ওপৰত ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷
***
DS/SR/DB