প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অনুষ্ঠিতব্য ‘পৰীক্ষা পে চৰ্চা’ত পৰীক্ষাৰ্থী বা পৰীক্ষা যোদ্ধাসকলৰ সমাৱেশৰ বাবে তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই আছে।
তেওঁ পৰীক্ষাক অতি ভাল লগা আৰু মানসিক চাঁপমুক্ত কৰাৰ বাবে পূৰ্বৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ বিষয় আৰু ব্যৱহাৰিক টিপছসমূহো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে আজি এক্সত পোষ্ট কৰি লিখিছে:
পৰীক্ষাৰ মানসিক চাঁপক পৰাস্ত কৰাৰ বিভিন্ন উপায়ৰ ওপৰত সামূহিকভাৱে কৌশল ৰচনা কৰিবলৈ পৰীক্ষা যোদ্ধাসকলৰ আটাইতকৈ স্মৰণীয় সমাৱেশ ‘পৰীক্ষা পে চৰ্চা’লৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছো।”
পৰীক্ষাৰ কণ্টকময় ধাৰণাক সুযোগৰ নতুন দুৱাৰলৈ ৰূপান্তৰিত কৰোঁ আহক…”
29th January 11 AM!
I am eagerly looking forward to the most memorable gathering of #ExamWarriors, ‘Pariksha Pe Charcha’, to collectively strategise on ways to beat exam stress.
Let’s turn those exam blues into a window of opportunities… https://t.co/FfUWNAYvPB
— Narendra Modi (@narendramodi) January 27, 2024
***
DS/RT
29th January 11 AM!
— Narendra Modi (@narendramodi) January 27, 2024
I am eagerly looking forward to the most memorable gathering of #ExamWarriors, 'Pariksha Pe Charcha', to collectively strategise on ways to beat exam stress.
Let's turn those exam blues into a window of opportunities… https://t.co/FfUWNAYvPB