Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুৰেশ ৱাদেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেশ ৱাদেকাৰ আৰু আৰ্যা আম্বেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাম ভক্তিৰ আৱেগত সমগ্ৰ দেশ নিমজ্জিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:

“অযোধ্যাত হ’ব লগা প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ ভগৱান শ্ৰী ৰামৰ প্ৰতি ভক্তিৰ ৰসত সমগ্ৰ দেশ নিমজ্জিত হৈছে। সুৰেশ ৱাদেকাৰজী আৰু আৰ্যা আম্বেকাৰজীয়ে তেওঁলোকৰ সুমধুৰ সুৰত এই অনুভূতিকে বৰ্ণাইছে। “

 

***

DS/KB