প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰোজ ৰথে ৰচনা আৰু নমিতা আগৰৱালাই কণ্ঠদান কৰা “অযোধ্যা নগৰী নাচে ৰামংকু পায়” শীৰ্ষক ভগৱান শ্ৰীৰামৰ ওড়িয়া ভক্তিমূলক ভজন শ্বেয়াৰ কৰিছে।
এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“ভাৰতৰ প্ৰতিটো প্ৰান্ততে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তি নিবেদন কৰা হয়। প্ৰতিটো ভাষাতে তেওঁৰ ভক্তিমূলক একাধিক সুৰীয়া ভজন বিদ্যমান। ওড়িয়াতো এনে এক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে…
#ShriRamBhajan”
There is devotion towards Prabhu Shri Ram in every part of India. In every language also you’ll find several Bhajans devoted to him. Here is one such effort in Odia… #ShriRamBhajan https://t.co/JCWTudS13O
— Narendra Modi (@narendramodi) January 18, 2024
*****
DS/ST/SB