প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে ‘বিকশিত ভাৰত @ ২০৪৭: ভইচ অৱ য়ুথ’ পদক্ষেপত যোগদান কৰিবলৈ সকলোকে আহ্বান জনাইছে। শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰতৰ সপোনক বাস্তৱত পৰিণত কৰা ক্ষেত্ৰত ভাৰতৰ যুৱ শক্তিৰ ওপৰত তেওঁৰ যথেষ্ট বিশ্বাস আছে।
তেওঁ আজি দিনৰ ১০:৩০ বজাত এই অনুষ্ঠানক সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“বিকশিত ভাৰতৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ ভাৰতৰ যুৱ শক্তিৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে। উন্নত ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে আয়োজিত ‘বিকশিত ভাৰত @ ২০৪৭: ভইচ অফ য়ুথ’ অনুষ্ঠানত আজি দিনৰ ১০:৩০ বজাত ভাষণ প্ৰদান কৰা হ’ব। মই আপোনালোক সকলোকে ব্যাপক হাৰত যোগদান কৰিবলৈ অনুৰোধ জনাইছো।”
I have great faith in India’s Yuva Shakti to make our dream of a Viksit Bharat into a reality. At 10:30 AM today, will be addressing the ‘Viksit Bharat @ 2047 : Voice of Youth’ initiative aimed at integrating our youngsters towards building a developed India. I urge you all to…
— Narendra Modi (@narendramodi) December 11, 2023
***
DS/ST/DD/AT