Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ গভীৰ জ্ঞান আৰু অটল নেতৃত্ব অতি গৌৰৱৰ বিষয়। গণতন্ত্ৰ আৰু ঐক্যৰ চেম্পিয়ন হিচাপে তেওঁৰ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মত অনুৰণিত হৈ আহিছে। জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”

***

Dhiraj Singh / Siddhant Tiwari/DB