Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ডক ‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে


‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

‘এক্স’-ত কৰা এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়:

 

“ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছো। আকৰ্ষণীয় ইতিহাস, বৰ্ণাঢ্য উৎসৱসমূহৰ লগতে উষ্ম হৃদয়ৰ লোকসকলৰ বাবে ৰাজ্যখন যথেষ্ট প্ৰশংসিত হৈ আহিছে। এই দিনটোৱে নাগালেণ্ডৰ বিকাশ আৰু সফলতাৰ দিশত অব্যাহত থকা যাত্ৰাক শক্তিসমৃদ্ধ কৰক।”

 

*****

DS/KB