Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান ঝাৰখণ্ডৰ উলিহাটু গাঁও ভ্ৰমণ কৰে আৰু তেওঁৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদী হৈছে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“মই ‘ভগৱান’ বিৰচা মুণ্ডাজীৰ গাঁও উলিহাটুত তেওঁক প্ৰণিপাত জনোৱাৰ সৌভাগ্য লাভ কৰিলো। ইয়ালৈ আহি  এই পবিত্ৰ ভূমি কিমান শক্তিৰে পৰিপূৰ্ণ সেই কথা মই অনুভৱ কৰিছো। এই মাটিৰ প্ৰতিটো কণাই সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক অনুপ্ৰেৰণা যোগাই আছে”। 

 

 

***

DS/TS/KB