Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হানি হোৱা বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে


জম্মু-কাশ্মীৰৰ ডোডাত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘টুইট’ কৰিছে;

 

“জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনাটো নিতান্তই দুখজনক। নিকটতম লোকসকলক হেৰুওৱা পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছোঁ। আহতসকল অতি সোনকালেই আৰোগ্য হোৱাৰ কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ”।

 

প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০কৈ টকা দিয়া হ’ব।”


 

***

DS/TS/KB