Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে

প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি তেওঁৰ লগতে তেওঁৰ পৰিয়ালক দীপাৱলীৰ শুভেচ্ছা জনায়।

শ্ৰী মোদীয়ে এক্স ত পোষ্ট কৰিছেঃ

“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীৰ বাসগৃহলৈ গৈ তেওঁৰ লগতে তেওঁৰ পৰিয়ালক দীপাৱলীৰ শুভেচ্ছা জনালোঁ।”

*****

DS/MS

z