Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশজুৰি ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰিছে: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ ওপৰত এটা প্ৰেৰণাদায়ক ভিডিঅ’ শ্বেয়াৰ কৰি সমগ্ৰ দেশতে ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰা বুলি মন্তব্য কৰিছে। লগতে শ্ৰী মোদীয়ে নাগৰিকসকলক নমো এপত থলুৱা সামগ্ৰীৰ সৈতে ছেলফি শ্বেয়াৰ কৰিবলৈ আৰু ইউ পি আইৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“দেশজুৰি ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰিছে।”

**********

 

DS/TS