Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘এছিয়ান পেৰা গে’মছ’ত দবা খেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা কিষাণ গাংগোলী, আৰ্যন যোশী, সোমেন্দ্ৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গেমছ’ত পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্যন যোশী আৰু সোমেন্দ্ৰক অভিনন্দন জ্ঞাপন কৰে। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে: 

“পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্য যোশী আৰু সোমেন্দ্ৰক বিশাল অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ।”

****

DS/RT/KB