প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ পেৰা ক্লাব থ্ৰ’-এফ ৩২/৫১ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট একতা ভ্যাণক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“মহিলাৰ পেৰা ক্লাব থ্ৰ’-এফ ৩২/৫১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা বাবে একতা ভ্যাণক অভিনন্দন। ভাৰত এই প্ৰাপ্তিৰে আনন্দিত!”
Congratulations to @BhyanEkta for securing the Bronze Medal in the Women’s Para Club Throw – F32/51 event. India is delighted by this achievement! pic.twitter.com/YRZtvEfwRD
— Narendra Modi (@narendramodi) October 24, 2023
**********
DS/RT/GS/BM
Congratulations to @BhyanEkta for securing the Bronze Medal in the Women's Para Club Throw - F32/51 event. India is delighted by this achievement! pic.twitter.com/YRZtvEfwRD
— Narendra Modi (@narendramodi) October 24, 2023