Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে দীপক পুনিয়াক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত এছিয়ান গেমছ২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে পালোৱান দীপক পুনিয়াক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি লিখিছে:

দীপক পুনিয়াৰ এয়া অতুলনীয় প্ৰদৰ্শন! পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰাত অভিনন্দন।

তেওঁৰ সমৰ্পণ আৰু ভাবনা বাস্তৱত প্ৰেৰণাদায়ক আৰু এইবাবেই এই আমোদজনক প্ৰদৰ্শন সন্মুখলৈ আহিছে।

 

**********