Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছ ২০২২ত পুৰুষৰ কাব্বাদি দলে সোণৰ পদক লাভ কৰা সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গে’মছ ২০২২’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে পুৰুষৰ কাব্বাদি দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:

“আনন্দ-উল্লাসৰ এক মুহূৰ্ত! আমাৰ পুৰুষৰ কাব্বাদি দলটো সঁচায়ে অজেয়!

এছিয়ান গে’মছত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছোঁ।

তেওঁলোকৰ নিৰলস সংকল্প আৰু অনবদ্য দলবদ্ধ প্ৰদৰ্শনে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।”

 

***

DS/TS/KB