প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষিৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত অধ্যাপক এম এছ স্বামীনাথনৰ অৰিহণাৰ বিষয়ে লিখি নিজৰ ভাব ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“কৃষিৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত এম এছ স্বামীনাথনৰ অমলিন অৰিহণাৰ বিষয়ে কিছু ভাবনা লিখা হৈছে। আমাৰ কৃষকসকলৰ সমৃদ্ধিৰ বাবে তেওঁ বহু কাম কৰিছিল।“
Penned a few thoughts on Professor MS Swaminathan’s indelible contribution towards making India self-sufficient in agriculture. He worked extensively for the prosperity of our farmers. https://t.co/xKWXlo8AqR
— Narendra Modi (@narendramodi) October 7, 2023
**********
DS/TS
Penned a few thoughts on Professor MS Swaminathan's indelible contribution towards making India self-sufficient in agriculture. He worked extensively for the prosperity of our farmers. https://t.co/xKWXlo8AqR
— Narendra Modi (@narendramodi) October 7, 2023
भारतवर्ष में आज हम जिस आधुनिक और प्रगतिशील कृषि को देख रहे हैं, उसकी नींव प्रोफेसर एम. एस. स्वामीनाथन जी ने ही रखी थी। उनके अमूल्य योगदान को समर्पित मेरा ये आलेख… https://t.co/woH0jK6Dyp
— Narendra Modi (@narendramodi) October 7, 2023