প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী কেণ্টৰ আৰ্মি হস্পিতাল (আৰ এণ্ড আৰ)ত কাণ, নাক আৰু ডিঙি বিভাগৰ (ইএনটি) দ্বাৰা যোৱা ১৮ মাহত ৫০ টা দ্বিপাক্ষিক একেলগে কক্লিয়াৰ ইমপ্লাণ্টৰ মানক প্ৰশংসা কৰে।
প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ দ্বাৰা সামাজিক মাধ্যম এক্সযোগে দিয়া এটা পোষ্টৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়;
“কক্লিয়াৰ ইমপ্লাণ্টত এক অতুলনীয় মান স্থাপন কৰাৰ বাবে অভিনন্দন। এনেধৰণৰ নিষ্ঠা আৰু দক্ষতাই বহুতৰ বাবে এক উজ্জ্বল আৰু স্বাস্থ্যকৰ ভৱিষ্যত নিশ্চিত কৰে। এই সফলতাই আমাৰ চিকিৎসা বৃত্তিধাৰীসকলৰ প্ৰতিশ্ৰুতিৰ বিষয়েও কয়।”
Compliments for setting a great benchmark in cochlear implants. Such dedication and expertise ensure a brighter and healthier future for many. This accomplishment also speaks volumes about our medical professionals’ commitment. https://t.co/NPdW800vSc
— Narendra Modi (@narendramodi) October 5, 2023
***
DS/TS/MK/BM
Compliments for setting a great benchmark in cochlear implants. Such dedication and expertise ensure a brighter and healthier future for many. This accomplishment also speaks volumes about our medical professionals' commitment. https://t.co/NPdW800vSc
— Narendra Modi (@narendramodi) October 5, 2023