Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হোৱাটছএপ চেনেলত প্ৰধানমন্ত্ৰীয়ে নিজৰ উপস্থিতি প্ৰতিপন্ন কৰে


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হোৱাটছএপ চেনেলত যোগদান কৰাৰ লগতে যোগ দিবলৈ চেনেলটোৰ লিংকটোও শ্বেয়াৰ কৰিছে।

এটা এক্স পোষ্টত, পিএমে অৱগত কৰে;

আজি মোৰ হোৱাটছএপ চেনেল আৰম্ভ কৰিছোঁ। এই মাধ্যমৰ জৰিয়তে সংযুক্ত হৈ থাকিবলৈ অপেক্ষা কৰি আছোঁ! লিংকটোত ক্লিক কৰি যোগ দিয়ক

https://www.whatsapp.com/channel/0029Va8IaebCMY0C8oOkQT1F

 

**********