প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধৰ সৈতে একমত প্ৰকাশ কৰি উল্লেখ কৰে যে আয়ুষ্মান ভৱঃ অভিযানত ব্যাপক কভাৰেজ, প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ বিষয়ে সজাগতা বিকাশ, স্বাস্থ্য একাউণ্ট আইডি সৃষ্টি আৰু গাওঁৰ লগতে নগৰীয়া ৱাৰ্ডসমূহত বিভিন্ন স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ X (টুইটাৰ) ত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:
“কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কেনেদৰে ‘আয়ুষ্মান ভৱঃ’ অভিযানে ব্যাপক কভাৰেজ, প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ বিষয়ে সজাগতা বিকাশ, স্বাস্থ্য একাউণ্ট আইডি সৃষ্টি আৰু গাওঁৰ লগতে নগৰীয়া ৱাৰ্ডসমূহত বিভিন্ন স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।”
Union Health Minister @mansukhmandviya elucidates how ‘Ayushman Bhav’ campaign focuses on comprehensive coverage, developing awareness about PM-JAY, creating health account IDs, and providing various health services in villages as well as urban wards. https://t.co/2Pt8fiR3wr
— PMO India (@PMOIndia) September 16, 2023
*****
Union Health Minister @mansukhmandviya elucidates how 'Ayushman Bhav' campaign focuses on comprehensive coverage, developing awareness about PM-JAY, creating health account IDs, and providing various health services in villages as well as urban wards. https://t.co/2Pt8fiR3wr
— PMO India (@PMOIndia) September 16, 2023