Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, “বিখ্যাত লেখিকা শ্ৰীমতী গীতা মেহতা জীৰ মৃত্যুত মই মৰ্মাহত হৈছো। বুদ্ধিমত্তা আৰু লেখাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি থকা আকৰ্ষণৰ বাবেও বিখ্যাত আছিল বহুমুখী ব্যক্তিত্ব। প্ৰকৃতি আৰু জল সংৰক্ষণৰ প্ৰতিও তেওঁ উৎসৰ্গিত আছিল।এই শোকৰ সময়ত @Naveen_Odisha ji আৰু তেওঁৰ সমগ্ৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।ঔম শান্তি।”

 

***