Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চন্দ্ৰযান অভিযানৰ বিষয়ে লিখিলে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে


ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে এটা প্ৰৱন্ধত চন্দ্ৰযান অভিযান আৰু মহাকাশ প্ৰযুক্তৰ সক্ষমতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব তথা বৈজ্ঞানিক সমূদায়লৈ তেওঁৰ সমৰ্থনৰ বিষয়ে লিখে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটত কয়ঃ

“@isroৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে চন্দ্ৰযান মিচন সন্দৰ্ভত এটা অন্তৰ্দৃষ্টিসম্পন্ন প্ৰৱন্ধ লিখে৷

তেওঁ ব্যাখ্যা কৰে যে প্ৰধানমন্ত্ৰী @narendramodiয়ে কিদৰে মহাকাশ প্ৰযুক্তিৰ সক্ষমতাত সদায় গুৰুত্ব দিয়াৰ লগতে বৈজ্ঞানিক সমূদায়লৈ প্ৰধানমন্ত্ৰীৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰে৷”

https://m.timesofindia.com/why-we-must-celebrate-chandrayaan-2-too/articleshow/103181077.cms?from=mdr&from=mdr&from=mdr

Former @isro Chairman, Shri G. Madhavan Nair pens an insightful article on the Chandrayaan mission.

He elaborates how PM @narendramodi has always had a focus on the potential of space technology and appreciates the Prime Minister for his support to the scientific community.… pic.twitter.com/Hx9BSgp38g

— PMO India (@PMOIndia) August 30, 2023

 

***