প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল–ইসাৰ সৈতে অন্তৰ–ধৰ্মীয় আলোচনা, উগ্ৰপন্থী আদৰ্শৰ বিৰোধ, বিশ্বজনীন শান্তিক উদগনি তথা ভাৰত আৰু ছৌদি আৰবৰ মাজত বন্ধুত্ব গভীৰ কৰাৰ ওপৰত বাৰ্তালাপ কৰে।
মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল–ইসাৰ দ্বাৰা বৈঠকৰ বিষয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
“মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আৰু মুছলিম বিদ্বানসকলৰ সংগঠনৰ অধ্যক্ষ মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল–ইসাৰ সৈতে লগ হৈ আনন্দিত হ‘লোঁ। আমি অন্তৰ–ধৰ্মীয় আলোচনা, উগ্ৰপন্থী আদৰ্শৰ বিৰোধ, বিশ্বজনীন শান্তিক উদগনি তথা ভাৰত আৰু ছৌদি আৰবৰ মাজত বন্ধুত্ব গভীৰ কৰাৰ ওপৰত মনোভাবৰ ব্যাপক আদান–প্ৰদান কৰিলোঁ।“
Pleased to have met H.E. Sheikh @MhmdAlissa, Secretary General of @MWLOrg and Chairman of the Organisation of Muslim Scholars. We had a great exchange of views on furthering inter-faith dialogue, countering extremist ideologies, promoting global peace, and deepening partnership… https://t.co/yenOiez6Vt
— Narendra Modi (@narendramodi) July 12, 2023
*********