প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘চিকিৎসক দিৱস’ উপলক্ষে সমগ্ৰ চিকিৎসক সম্প্ৰদায়লৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“#DoctorsDay, মই সমগ্ৰ চিকিৎসক সম্প্ৰদায়ৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আনকি আটাইতকৈ অভূতপূৰ্ব সময়ৰ মাজতো চিকিৎসকসকলে সৰ্বোচ্চ সাহস, নিস্বাৰ্থতা আৰু স্থিতিস্থাপকতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁলোকৰ উত্সৰ্গিত মনোভাৱ আৰোগ্যতকৈয়ো অধিক; ই আমাৰ সমাজক আশা আৰু শক্তি প্ৰদান কৰে।”
On #DoctorsDay, I express my deepest gratitude to the entire doctor community. Even amid the most unprecedented times, doctors have exemplified highest degree of courage, selflessness and resilience. Their dedication goes beyond healing; it gives our society hope and strength.
— Narendra Modi (@narendramodi) July 1, 2023
***