Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ পেছাদাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ পেছাদাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৩ জুনত ৱাশ্বিংটন ডি.চি.ৰ জন এফ. কেনেডি চেন্টাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেছাদাৰীসকলৰ এক সমাৱেশ সম্বোধন কৰে।

যুক্তৰাষ্ট্ৰ – ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফৰাম (USISPF)ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মহামহিম এন্টনি ব্লিংকেনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত ভিন্ন ক্ষেত্ৰৰ প্ৰায় ১০০০ আগশাৰীৰ পেছাদাৰীয়ে অংশগ্ৰহণ কৰে।

****