প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণতন্ত্ৰৰ ক’লা দিনবোৰে আমাৰ সংবিধানে কৰা মূল্যবোধৰ সম্পূৰ্ণ বিৰোধিতা কৰে৷
জৰুৰীকালীন সময় বলবৎ কৰাৰ বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ
“মই সেই সাহসী লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিসকলে জৰুৰীকালীন সময় প্ৰতিহত কৰাৰ লগতে আমাৰ গনতান্ত্ৰিক মনোভাৱক শক্তিশালী কৰিছিল৷ #DarkDaysOfEmergency আমাৰ ইতিহাসৰ এক অবিস্মৰণীয় সময় হৈ ৰ’ব, যিবোৰে আমাৰ সংবিধানে উদযাপন কৰা মূল্যবোধৰ সম্পূৰ্ণ বিপৰীত।”
I pay homage to all those courageous people who resisted the Emergency and worked to strengthen our democratic spirit. The #DarkDaysOfEmergency remain an unforgettable period in our history, totally opposite to the values our Constitution celebrates.
— Narendra Modi (@narendramodi) June 25, 2023
***