প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এমেজনৰ অধ্যক্ষ তথা চিইঅ‘শ্ৰী এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী আৰু শ্ৰী জেছিয়ে ই–কমাৰ্চ ক্ষেত্ৰৰ ওপৰত আলোচনা কৰে। তেওঁলোকে ভাৰতত লজিষ্টিক ক্ষেত্ৰত এমেজনৰ সৈতে আগলৈ সহযোগৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতত এমএছএমইৰ ডিজিটেলীকৰণক উদগনি দিয়াৰ এমেজনৰ পদক্ষেপৰ আদৰণি জনায়।
**********
PM @narendramodi met CEO of @amazon @ajassy in Washington DC. Their discussions focused on topics such as e-commerce, digitisation efforts and the logistics sector. pic.twitter.com/1JFo0oqAZz
— PMO India (@PMOIndia) June 23, 2023