Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বচ্ছ ভাৰতৰ প্ৰতি আমাৰ অটুট সংকল্পবদ্ধতাৰে স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰগতি হৈছে: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰ আৰোগ্য ভাৰতৰ দিশত আমাৰ যাত্ৰাত কোনো ভাৰতীয় পিছপৰি নাথাককএই কথা সুনিশ্চিত কৰিবলৈ সংকল্পবদ্ধ। প্ৰধানমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত লেখা, গ্ৰাফিক্স, ভিডিঅআৰু তথ্য ভাগবতৰা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

স্বচ্ছ ভাৰতৰ প্ৰতি আমাৰ অটুট সংকল্পবদ্ধতাৰে স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰগতি হৈছে। একেলগ হৈ, আমি এই কথা সুনিশ্চিত কৰিম যে আৰোগ্যৰ দিশত আমাৰ যাত্ৰাত কোনো ভাৰতীয় পিছপৰি নাথাকক। #9YearsOfHealthForAll”

**********