Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২১ জুনৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে নাগৰিসকলক স্মৰণ কৰালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে নাগৰিসকলক স্মৰণ কৰায়৷ শ্ৰী মোদীয়ে কয় যে আহক আমি এই প্ৰাচীন অভ্যাসৰ বাবে সাজু হও আৰু উদযাপন কৰো, যিটোৱে আমাৰ মানসিক আৰু শাৰীৰিক কল্যান বৃদ্ধি কৰে৷ 

আয়ুষ মন্ত্ৰালয়ৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে তিনি সপ্তাহ বাকী!

আহক আমি এই প্ৰাচীন অভ্যাসৰ বাবে সাজু হও আৰু উদযাপন কৰো, যিটোৱে আমাৰ মানসিক আৰু শাৰীৰিক কল্যান বৃদ্ধি কৰে৷ আহক আমি এখন সুস্থ আৰু সুখী সমাজ গঢ় দিও৷

***