Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ অধীনত সম্ভৱ হোৱা উন্নয়নী যাত্ৰা প্ৰদৰ্শন কৰা ‘ৱে’বছাইট’-ৰ ‘লিংক শ্বেয়াৰ’ কৰিছে


প্ৰধানমন্ত্ৰীয়ে বিগত ৯টা বছৰত চৰকাৰৰ অধীনত সম্ভৱ হোৱা উন্নয়নী যাত্ৰা প্ৰদৰ্শন কৰা ‘ৱে’বছাইট’-ৰ ‘লিংক শ্বেয়াৰ’ কৰিছে। শ্ৰী মোদীয়ে সকলোকে ‘ৱে’বছাইট’টো দৰ্শন কৰিবলৈ আৰু বিভিন্ন চৰকাৰী আঁচনিৰ পৰা মানুহ কেনেদৰে লাভান্বিত হৈছে সেয়া চাবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“দেশৰ বিকাশৰ প্ৰতি ৯টা বছৰৰ অটল সমৰ্পণ।

মই সকলোকে আমাৰ বিকাশযাত্ৰাৰ এক আভাস পাবলৈ এই nm-4.com/9yrsofseva ‘ছাইট’টো দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। ই বিভিন্ন চৰকাৰী আঁচনিৰ পৰা মানুহে কেনেদৰে লাভান্বিত হৈছে সেই সম্পৰ্কতো আলোকপাত কৰাৰ সুযোগ প্ৰদান কৰে। #9YearsOfSeva”

*****