প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নাথদ্বাৰাত থকা ‘শ্ৰীনাথজী মন্দিৰ’ দৰ্শন কৰাৰ লগতে পূজা সমাপন কৰে। তেওঁ মন্দিৰৰ পুৰোহিতসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয় আৰু ভগৱান ‘শ্ৰীনাথ’লৈ ‘ভেত পূজা’ আগবঢ়ায়।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“নাথদ্বাৰাত ভগৱান শ্ৰীনাথজীৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য মই পালোঁ। তেওঁৰ পৰা দেশবাসীৰ সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিলোঁ। “
नाथद्वारा में भगवान श्रीनाथजी के दर्शन और आशीर्वाद का सौभाग्य प्राप्त हुआ। उनसे देशवासियों के उत्तम स्वास्थ्य और कल्याण की कामना की। pic.twitter.com/iUgpcGiER7
— Narendra Modi (@narendramodi) May 10, 2023
***