Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাট স্থাপনা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট স্থাপনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“ગુજરાત સ્થાપના દિવસની હાર્દિક શુભેચ્છાઓ….! ગુજરાત રાજ્યએ તેના સર્વાંગી વિકાસની સાથે-સાથે તેની આગવી સંસ્કૃતિને કારણે એક અનન્ય ઓળખ ઊભી કરી છે.

હું પ્રાર્થના કરું છું કે રાજ્ય આગામી વર્ષોમાં વિકાસની નવી ઊંચાઈઓ સર કરતું રહે.

જય જય ગરવી ગુજરાત !”

“গুজৰাট স্থাপনা দিৱসৰ শুভেচ্ছা জনালোঁ। গুজৰাট ইয়াৰ সৰ্বাংগীন অগ্ৰগতিৰ লগতে ইয়াৰ অনন্য সংস্কৃতিৰ বাবে উজ্বলি উঠিছে। মই ৰাজ্যখনে যেন আগন্তুক সময়ত উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰে, তাৰে কামনা কৰিলোঁ।”

***