প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অধীনত বিহাৰক ৰাষ্ট্ৰীয় গেছ গ্ৰিডেৰে সংযোগ কৰা বাৰাউনী গুৱাহাটী পাইপলাইনৰ বিহাৰৰ অংশৰ কাম সম্পূৰ্ণ হোৱাটোক প্ৰশংসা কৰে৷
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এক টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
“এই পাইপলাইনে বিহাৰৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াব৷”
This will greatly add to Bihar’s progress. https://t.co/qlSWqn1gmZ
— Narendra Modi (@narendramodi) April 22, 2023
***
This will greatly add to Bihar's progress. https://t.co/qlSWqn1gmZ
— Narendra Modi (@narendramodi) April 22, 2023