Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মন কি বাত সন্দৰ্ভত অঞ্জু ববী জৰ্জৰ এটি প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ-সভাপতি শ্ৰীমতী অঞ্জু ববী জৰ্জে ‘মন কি বাত’ক লৈ লেখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সাফল্য উদযাপনত ‘মন কি বাত’-এ কিমান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেই বিষয়ে এই প্ৰবন্ধত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

“ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ-সভাপতি @anjubobbygeorg1-এ তেওঁৰ প্ৰবন্ধত দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সাফল্য পোহৰলৈ অনা #MannKiBaat কিদৰে এখন মঞ্চ হৈ পৰিছে সেয়া উল্লেখ কৰিছে।”

*************************