Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ভাৰতৰ সভাপতিত্ব’ৰ কালত ‘জি-২০’ৰ ১০০ সংখ্যক বৈঠকক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভাৰতৰ সভাপতিত্ব’ৰ কালত অনুষ্ঠিত ‘জি-২০’ৰ ১০০ সংখ্যক বৈঠকক প্ৰশংসা কৰে।

‘জি-২০ ইণ্ডিয়া’ৰ এলানি ‘টুইট’ৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ মন্ত্ৰক সাৰোগত কৰি, আৰু আমাৰ ‘বসুধৈৱ কুটুম্বকম’ৰ নীতিৰ সৈতে সংগতি ৰাখি, ‘জি-২০’য়ে ‘ভাৰতৰ সভাপতিত্ব’ত বিশ্ব কল্যাণ আৰু আমাৰ গ্ৰহটোক উন্নত ৰূপত গঢ়ি তোলাৰ বাবে কামত অগ্ৰসৰ হৈছে।”

***