Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ড আপ ইণ্ডিয়াৰ ৭ বছৰ পূৰ্ণক প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়সমূহক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ষ্টেণ্ড আপ ইণ্ডিয়াই যি ভূমিকা পালন কৰিছে সেয়া স্বীকাৰ কৰে। ষ্টেণ্ড আপ ইণ্ডিয়াই আজি ৭ বছৰ সম্পূৰ্ণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

“আজি আমি #7YearsofStandUpIndia-ক চিহ্নিত কৰিছো আৰু অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে পালন কৰা ভূমিকাক স্বীকাৰ কৰিছো। ই আমাৰ লোকসকলৰ উদ্যোগৰ মনোভাৱো বৃদ্ধি কৰিছে।”

অধিক চাবলৈ https://pib.gov.in/PressReleseDetail.aspx?PRID=1913705

 

***

DS/MM