Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক


নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত টুইট কৰিছে;

“নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @Neiphiu_Rio @narendramodi প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।”