প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ প্ৰভাৱ আৰু সুলভ তথা সস্তা স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ অন্য উপায়সমূহৰ বিষয়ে সাংসদ শ্ৰী শংকৰ লালৱাণীৰ এটা টুইটৰ উত্তৰ দি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:
“আয়ুষ্মান যোজনাই কেনেকৈ আমাৰ দুখীয়া ভাই-ভনীৰ জীৱন ৰক্ষা কৰি আছে, এয়া তাৰ এটা প্ৰত্যক্ষ উদাহৰণ।”
आयुष्मान योजना कैसे हमारे गरीब भाई-बहनों का जीवन बचा रही है, यह उसका एक प्रत्यक्ष उदाहरण है। https://t.co/o7Qmd86qmA
— Narendra Modi (@narendramodi) March 15, 2023
**********
DS/SK
आयुष्मान योजना कैसे हमारे गरीब भाई-बहनों का जीवन बचा रही है, यह उसका एक प्रत्यक्ष उदाहरण है। https://t.co/o7Qmd86qmA
— Narendra Modi (@narendramodi) March 15, 2023