নকিয়াৰ প্ৰেছিডেণ্ট আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পেক্কা লুণ্ডমাৰ্কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“শ্ৰীযুত @PekkaLundmark-ৰ সৈতে এক ফলপ্ৰসূ বৈঠক সম্পন্ন হ’ল। বৈঠকত আমি সমাজৰ কল্যাণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক লৈ আলোচনা কৰিছোঁ। বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপৰ বিষয়েও আলোচনা হয়।”
A fruitful meeting with Mr. @PekkaLundmark in which we discussed aspects relating to technology and leveraging it for the welfare of society. We also discussed India’s strides in building next generation digital infrastructure. https://t.co/oFsEUMib0v
— Narendra Modi (@narendramodi) March 13, 2023
*************************
DS /KG