প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে গুজৰাটৰ আনন্দনগৰত থকা আমূল ক’অপাৰেটিভৰ দুগ্ধ প্ৰকল্প ভ্ৰমণ কৰাৰ উদ্দীপনাৰ প্ৰশংসা কৰিছে।
অসমৰ তেজপুৰৰ সংসদ সদস্য পল্লব লোচন দাসৰ এটা টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“এনেধৰণৰ সুযোগে আমাৰ যুৱক-যুৱতীসকলক বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি অন্বেষণ কৰা আৰু ভাৰতৰ বিভিন্ন দিশৰ উপলব্ধি কৰাত সক্ষম কৰি তোলে।”
Such opportunities enable our youth to explore diverse cultures and understand different aspects of India. https://t.co/tBbItbsePi
— Narendra Modi (@narendramodi) February 28, 2023
**********
DS/TS
Such opportunities enable our youth to explore diverse cultures and understand different aspects of India. https://t.co/tBbItbsePi
— Narendra Modi (@narendramodi) February 28, 2023