প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ডিণ্ডোৰীৰ ২৭ বছৰীয়া জনজাতীয় মহিলা লহৰী বাইৰ মিলেট শস্যৰ ব্ৰেণ্ড এম্বেছেডৰ হোৱাৰ প্ৰশংসা কৰিছে। তেওঁ মিলেট শস্যৰ ১৫০বিধৰো অধিক বীজ সংৰক্ষিত কৰিছে।
ডিডি নিউজৰ এটা টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
“লহৰী বাইক লৈ গৰ্বিত, যি শ্ৰী অন্নৰ প্ৰতি উল্লেখযোগ্য উৎসাহ দেখুৱাইছে। তেওঁৰ প্ৰয়াসে আন বহু লোকক অনুপ্ৰাণিত কৰিব।”
Proud of Lahari Bai, who has shown remarkable enthusiasm towards Shree Ann. Her efforts will motivate many others. https://t.co/rvsTuMySN2
— Narendra Modi (@narendramodi) February 9, 2023