Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিপুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;

‘পুলৱামাত আজিৰ দিনটোত আমি হেৰুৱাই পেলোৱা আমাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেওঁলোকৰ পৰম ত্যাগৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰো। তেওঁলোকৰ সাহসে আমাক শক্তিশালী আৰু উন্নত ভাৰত গঢ়িবলৈ প্ৰেৰণা দিয়ে।”