Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৩০খন প্ৰতিকূল ভূ-ক্ষেত্ৰক সুন্দৰ ইকো-পৰ্যটন গন্তব্যৰ ৰূপলৈ পৰিৱৰ্তিত কৰা কাৰ্যৰ প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ১৬১০ হেক্টৰ মাটিৰ ৩০খন প্ৰতিকূল ভূ-ক্ষেত্ৰক সুন্দৰ ইকো-পৰ্যটন গন্তব্যৰ ৰূপলৈ পৰিৱৰ্তিত কৰা কাৰ্যৰ বাবে কোল ইণ্ডিয়া টীমৰ প্ৰয়াসৰ প্ৰশংসা কৰিছে, যাক চাবলৈ কেৱল পৰ্যটকেই নহয় বৰং পক্ষীও আহি আছে।

কেন্দ্ৰীয় ৰে’ল, কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী শ্ৰী ৰাওচাহেব পাটিল দানৱেৰ এটা টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

“দীৰ্ঘস্থায়ী বিকাশ আৰু ইকো-পৰ্যটনক আগবঢ়াই নিয়াৰ এটা প্ৰশংসনীয় প্ৰয়াস।”

**********

DS/ST