Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

“@DoPTGoI দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰোঁ। বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু বিভাগটোত সমন্বয় আৰু দক্ষতা অধিক উন্নত কৰাৰ উপায়ৰ ওপৰত আলোকপাত কৰোঁ।”

***

DS/AK /KG