Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত বিজয়ৰ বাবে ৰেচ ৱাকাৰ অক্ষদ্বীপ সিং আৰু প্ৰিয়ংকা গোস্বামীক অভিনন্দন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত বিজয়ৰ বাবে ৰেচ ৱাকাৰ অক্ষদ্বীপ সিং আৰু প্ৰিয়ংকা গোস্বামীক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছাও জ্ঞাপন কৰে৷

ছাই মিডিয়াৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“অক্ষদ্বীপ আৰু @Priyanka_Goswamক অভিনন্দন জনাইছো৷ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো৷”

***

DS/ST/DB