Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ষ্টীল অথৰিটী অব ইণ্ডিয়া’ক প্ৰধানমন্ত্ৰীৰ প্ৰশংস


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ জানুৱাৰীমাহত ‘হট মেটেল’, ‘ক্ৰুড ষ্টীল’ আৰু ‘চেলেবল ষ্টীল’ৰ এই পৰ্যন্ত সৰ্বাধিক মাহিলী উৎপাদন সম্ভৱ কৰাৰ বাবে ‘ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেড’ক প্ৰশংসা কৰে।

তীখা মন্ত্ৰালয়ৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

“আত্মনিৰ্ভৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ খণ্ড এটাৰ পৰা এয়া হৈছে উৎসাহজনক বাতৰি।”

 

***

DS/ST/KB