Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰীক্ষাৰ্থীসকললৈ পৰামৰ্শ আৰু পৰীক্ষা পে চৰ্চাত সক্ৰিয় অংশগ্ৰহণৰ বাবে আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নবোদয় বিদ্যালয় সমিতিৰ (এনভিএছ) এটা টুইটৰ উত্তৰ দিছে, য’ত উৰিষ্যাৰ জেএনভি ঢেঙ্কানালৰ এগৰাকী ছাত্ৰী কুমাৰী শিৱাংগীয়ে পৰীক্ষ পে চৰ্চা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিছে।

এনভিএছৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে কয়:

“পৰীক্ষাৰ চাপ উপশম কৰাৰ উপায়ৰ ওপৰত মই #ExamWarriors পৰা বহুতো আকৰ্ষণীয় পৰামৰ্শ লাভ কৰিছো। সমগ্ৰ ভাৰতৰ পৰা এনে ধৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখি মই সুখী।”