Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰীক্ষা পে চৰ্চাৰ সন্দৰ্ভত আকৰ্ষণীয় মন্ত্ৰৰ ভাণ্ডাৰ আৰু কাৰ্যকলাপ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ উদ্বেগ হ্ৰাস কৰাত সহায়ক হ’ব পৰা আকৰ্ষণীয় মন্ত্ৰ আৰু কাৰ্যকলাপ শ্বেয়াৰ কৰিছে।

এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“বৰ্তমান পৰীক্ষাৰ বতৰত নিজৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে #ExamWarriors ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ পৰীক্ষাৰ উদ্বেগ হ্ৰাস কৰিবলৈ এটা আকৰ্ষণীয় কাৰ্যকলাপ শ্বেয়াৰ কৰিলো। এবাৰ চাওকচোন…”